ৰাজ্যজুৰি সুদখোৰৰ বিৰূদ্ধে চলি আছে আৰক্ষীৰ অভিযান।

 



সুদ খোৰৰ বিৰুদ্ধে এইবাৰ জুৰীয়া আৰক্ষীৰ অভিযান।

জুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক তনুজ মাইবাংচাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চলাই অভিযান।

অভিযানত চটিয়ানৰ পৰা আটক কৰে এজন সুদ খোৰক ।

ধৃত সুদ খোৰজনৰ নাম ছাইদুল ইছলাম।

বিগত কেইবাদিনৰ পৰা জুৰীয়াৰ চটিয়ানত সুদৰ নামত সাধাৰণ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ আছিল ছাইদুল ইছলামৰ বিৰূদ্ধে।

শনিবাৰে নিশা জুৰীয়া আৰক্ষীৰ সোধপোচৰ অন্তত দেওবাৰে জেল প্ৰেৰণ কৰে ধৃত ছাইদুল ইছলামক

Comments